Powered By Blogger

Wednesday, January 1, 2020

ইংৰাজী নৱবৰ্ষৰ শুভকামনাৰে...

" শুভ নৱবৰ্ষ ২০২০ "

সমূহ অসমবাসী ৰাইজলৈ 
প্ৰান্তিকা ই-কাব্যালোচনীৰ 
পৰিয়ালবৰ্গৰ তৰফৰ পৰা 
ইংৰাজী নৱবৰ্ষৰ 
আন্তৰিক শুভকামনা ;
অনাগত দিনবোৰ সকলোৰে 
বাবে সুখৰ তথা মংগলময় 
হৈ পৰক তাৰেই কামনা কৰিলোঁ।

সেৱাৰে ,
ৰাণাদ্বীপ কৌশিক
মুখ্য সম্পাদক
প্ৰান্তিকা ই-কাব্যালোচনী।

No comments:

Post a Comment

প্ৰান্তিকা ই-কাব্যালোচনী, জুবিন গাৰ্গ বিশেষ সংখ্যা, ১৮ অক্টোবৰ ২০২৫

নমস্কাৰ, কাতি বিহুৰ শুভেচ্ছা গ্ৰহণ কৰিব। প্ৰকাশ পালে লখিমপুৰ, বিহপুৰীয়াৰ  পৰা প্ৰকাশিত আপোনালোকৰ  প্ৰিয় অসমীয়া ই-কাব্যালোচনী  প্ৰান্তিকাৰ ...