Powered By Blogger

Sunday, December 31, 2023

প্ৰান্তিকা, ১ জানুৱাৰী ২০২৪

নমস্কাৰ,
প্ৰকাশ পালে লখিমপুৰৰ 
পৰা প্ৰকাশিত আপোনালোকৰ 
প্ৰিয় অসমীয়া ই-কাব্যালোচনী 
প্ৰান্তিকাৰ সপ্তম বৰ্ষৰ প্ৰথম সংখ্যাটি। 
(জানুৱাৰী , ২০২৪)
আলোচনীখন পঢ়িবলৈ তলৰ 
ডাউনলোড বুটামটোত ক্লিক কৰক।


উন্মোচনৰ স্থানঃ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সভাকক্ষ 
 ( পুৰণি অসামৰিক চিকিৎসালয় ) লখিমপুৰ।
উন্মোচকঃ মিনু দাস।


সেৱাৰে ,
ৰাণাদ্বীপ কৌশিক
( মুখ্য সম্পাদক )
ময়ুৰী গোস্বামী
( সম্পাদিকা )
প্ৰান্তিকা ই-কাব্যালোচনী।

No comments:

Post a Comment

প্ৰান্তিকা ই-কাব্যালোচনী, অক্টোবৰ, ২০২৪

নমস্কাৰ, প্ৰকাশ পালে লখিমপুৰৰ  পৰা প্ৰকাশিত আপোনালোকৰ  প্ৰিয় অসমীয়া ই-কাব্যালোচনী  প্ৰান্তিকাৰ সপ্তম বৰ্ষৰ  দ্বিতীয় সংখ্যাটি।  (৩১ অক্টোবৰ,...