Powered By Blogger

Monday, August 14, 2023

প্ৰান্তিকা ই-কাব্যালোচনী, আগষ্ট, ২০২৩

নমস্কাৰ,

প্ৰকাশ পালে লখিমপুৰ 
বিহপুৰীয়াৰ (লাহলিয়াল)
পৰা প্ৰকাশিত আপোনালোকৰ 
প্ৰিয় অসমীয়া ই-কাব্যালোচনী 
প্ৰান্তিকাৰ ষষ্ঠ বৰ্ষৰ প্ৰথম সংখ্যাটি। 
(আগষ্ট , ২০২৩)
আলোচনীখন পঢ়িবলৈ তলৰ 
ডাউনলোড বুটামটোত ক্লিক কৰক।



উন্মোচনৰ স্থানঃ ভেলী ভিউ স্কুল, লখিমপুৰ, অসম।
উন্মোচকঃ ৰিমা দেৱী, অধ্যক্ষা, ভেলী ভিউ স্কুল, লখিমপুৰ।


সেৱাৰে ,
ৰাণাদ্বীপ কৌশিক
( মুখ্য সম্পাদক )
ময়ুৰী গোস্বামী
( সম্পাদিকা )
প্ৰান্তিকা ই-কাব্যালোচনী।

No comments:

Post a Comment

প্ৰান্তিকা ই-কাব্যালোচনী, অক্টোবৰ, ২০২৪

নমস্কাৰ, প্ৰকাশ পালে লখিমপুৰৰ  পৰা প্ৰকাশিত আপোনালোকৰ  প্ৰিয় অসমীয়া ই-কাব্যালোচনী  প্ৰান্তিকাৰ সপ্তম বৰ্ষৰ  দ্বিতীয় সংখ্যাটি।  (৩১ অক্টোবৰ,...