কাতি বিহুৰ শুভেচ্ছা গ্ৰহণ কৰিব।
প্ৰকাশ পালে লখিমপুৰ, বিহপুৰীয়াৰ
পৰা প্ৰকাশিত আপোনালোকৰ
প্ৰিয় অসমীয়া ই-কাব্যালোচনী
প্ৰান্তিকাৰ শাৰদীয় ও জুবিন গাৰ্গ
বিশেষ অষ্টম বৰ্ষৰ প্ৰথম সংখ্যাটি।
(১৮ অক্টোবৰ, ২০২৫)
আলোচনীখন পঢ়িবলৈ
তলৰ ডাউনলোড বুটামটোত
ক্লিক কৰক।
সেৱাৰে ,
ৰাণাদ্বীপ কৌশিক
( মুখ্য সম্পাদক )
প্ৰান্তিকা ই-কাব্যালোচনী।
বিঃদ্ৰঃ- Zoom এপ মাধ্যমেৰে উন্মোচন কৰা হয়।


.png)





